"অসমীয়া ভাষা আৰু শিক্ষণ বিদ্যা"
বিশেষ বৈশিষ্ট: Syllabus ১০০% পূৰ্ণ ব্যাখ্যা। প্ৰতিটো বিষয়ৰ সূক্ষ্ম বিশ্লেষণ। আদৰ্শ প্ৰশ্ন আৰু উত্তৰ। NCERT (অসম) ৰ দ্বাৰা অনুমোদিত বিষয় ব্যাখ্যা। * ভাষা- ১ অংশত ১০০% নম্বৰ পাব পৰাকৈ ধাৰণা আৰু বিষয়বস্তুৰ আলোচনা।
সহায়ৰ বাবে মেইল পঠাব পাৰিব নিম্নোক্ত ই- মেইলত : pragya@post.com
ধন্যবাদ।