Homeনতুন CTET অসমীয়া সমিধান ( দ্বিতীয় সংস্কৰণ; নতুন সংযোজন )
নতুন CTET অসমীয়া সমিধান  ( দ্বিতীয় সংস্কৰণ; নতুন সংযোজন )
নতুন CTET অসমীয়া সমিধান  ( দ্বিতীয় সংস্কৰণ; নতুন সংযোজন )

নতুন CTET অসমীয়া সমিধান ( দ্বিতীয় সংস্কৰণ; নতুন সংযোজন )

 
₹45
Product Description

"CTET অসমীয়া সমিধান- (দ্বিতীয় সংস্কৰণ; নতুন সংযোজন ২•১) " পুথিখন ১০০% ভাষা -১ আৰু ভাষা-২ পাঠ্যসূৰ্চীৰে বস্তুনিষ্ঠভাৱে ব্যাখ্যা কৰা হৈছে৷

নতুন সংস্কৰণৰ বৈশিষ্ট: • ১০০% CTET Syllabus অনুসৰি যুগুত কৰা হৈছে৷ • ভাষা শিক্ষণবিদ্যাৰ বিষয়সমূহৰ নতুন সংযোজন আৰু বস্তুনিষ্ঠ ব্যাখ্যা ৷ • বিষয়সমূহ যিকোনো ভাষাৰ বাবে প্ৰযোজ্য ৷ • পূৰ্বৰ CTET ৰ প্ৰশ্ন আৰু উত্তৰ ৷

পুথিখনৰ সূচীপত্র:

•ভাষা ৷
•শিক্ষণ আৰু আহৰণ৷
•শ্ৰৱণ আৰু কথনৰ ভূমিকা ৷
•ভাষা দক্ষতাসমূহ৷
•ব্যাকৰণৰ ভুমিকা৷ •শিশু বৈচিত্ৰতা থকা শ্ৰেণীকক্ষত হোৱা সমস্যা আৰু নিদান৷ • শিক্ষণ- শিকন সঁজুলি ৷ •ভাষাবোধ ( শ্ৰৱণ, কথন, পঠন, লিখন) ৰ মুল্যায়ন ও পৰীক্ষা৷ •নিদানমূলক শিক্ষণ৷

শিক্ষণবিদ্যা ( Pedagogy) ৰ ব্যাখ্যাসমূহ যিকোনো ভাষা শিক্ষণবিদ্যাৰ বাবে প্ৰযোজ্য ৷ প্ৰত্যক্ষ বেংক ট্ৰেস্ফাৰ কৰি কিতাপ খন কিনিবলৈ আৰু সমস্যা পোৱা সকলে তলৰ email ত ক্লীক কৰি যোগাযোগ কৰক : Pragya@post.com ধন্যবাদ ৷

Share

Secure Payments

Shipping in India

Great Value & Quality
Create your own online store for free.
Sign Up Now