"CTET অসমীয়া সমিধান- ২০২০ (৫ ম সংস্কৰণ; )" পুথিখন ১০০% ভাষা -১ আৰু ভাষা-২ ৰ অসমীয়া পাঠ্যসূৰ্চীৰে বিস্তৃত আৰু পুংখানুপুংখ ব্যাখ্যা কৰা হৈছে৷ কিতাপখন অসমীয়াত একমাত্ৰ উপলব্ধ পূৰ্ণ আলোচনাত্মক পুথি । নতুন সংস্কৰণৰ বৈশিষ্ট: • কিতাপখন একমাত্ৰ পূৰ্ণ আলোচনাত্মক পুথি । বজাৰত অন্য এখন এনে কিতাপ নাপাব। • ১০০% সহায়ক হোৱাকৈ CTET Syllabus অনুসৰি যুগুত কৰা হৈছে৷ • ভাষা শিক্ষণবিদ্যাৰ বিষয়সমূহৰ নতুন সংযোজন আৰু বিস্তৃত ও পুংখানুপুংখ ব্যাখ্যা ৷ • বিষয়সমূহ যিকোনো ভাষাৰ বাবে প্ৰযোজ্য ৷ • পূৰ্বৰ CTET ৰ প্ৰশ্ন আৰু উত্তৰ সমাধান ৷ • ২০১৯ ৰ প্ৰশ্ন আৰু উত্তৰ নতুনকৈ সংযোজন।
নতুন পুথিখনৰ আলোচনাসূূূূৰ্চী :
• ভাষা ৷
• ভাষাৰ বৈশিষ্ট •ভাষা শিক্ষণ নীতি। • ভাষা শিক্ষণ মনোবিজ্ঞান
•শিক্ষণ আৰু আহৰণ- শিক্ষণ আৰু আহৰণ পদ্ধতি আৰু কৌশল।
•শ্ৰৱণ আৰু কথনৰ ভূমিকা ৷
•ভাষা দক্ষতাসমূহ- শ্ৰৱণ, কথন, পঠন, লিখনৰ দক্ষতা, সুক্ষ্ম - দক্ষতা আৰু অভীক্ষা ৷
•ব্যাকৰণৰ ভুমিকা৷ •শিশু বৈচিত্ৰতা থকা শ্ৰেণীকক্ষত হোৱা সমস্যা আৰু নিদান৷ • শিক্ষণ- শিকন সঁজুলি ৷ •ভাষাবোধ ( শ্ৰৱণ, কথন, পঠন, লিখন) ৰ মুল্যায়ন ও পৰীক্ষা৷ • ভাষা পৰীক্ষণ - বৈশিষ্ট্য, প্ৰকাৰ, ফলপ্ৰসূতা। •নিদানমূলক/ উপাচাৰমূলক শিক্ষণ৷ • উপচাৰমূলক শিক্ষণ প্ৰক্ৰিয়া। •ব্যাকৰণ শিক্ষণৰ প্ৰয়োজনীয়তা - পদ্ধতি আৰু কৌশল। • অসমীয়া ব্যাকৰণ। •সাহিত্য কৌশলসমূহ। •পৰিশিষ্ট - শিক্ষণ ব্যাধি, চিন্তণ প্ৰক্ৰিয়া, মাইণ্ড মেপিং আদি| •প্ৰশ্ন আৰু উত্তৰ- পূৰ্বৰ প্ৰশ্ন কাকত আৰু উত্তৰ। সমস্যা পোৱা সকলে তলৰ email ত ক্লীক কৰি যোগাযোগ কৰক : Pragya@post.com
ধন্যবাদ ৷