HomeCTET অসমীয়া সমিধান ( ৫ম সংস্কৰণ) #Best selling book of 2018, 2019 & 2020
CTET অসমীয়া সমিধান ( ৫ম সংস্কৰণ) #Best selling book of 2018, 2019 & 2020
CTET অসমীয়া সমিধান ( ৫ম সংস্কৰণ) #Best selling book of 2018, 2019 & 2020CTET অসমীয়া সমিধান ( ৫ম সংস্কৰণ) #Best selling book of 2018, 2019 & 2020CTET অসমীয়া সমিধান ( ৫ম সংস্কৰণ) #Best selling book of 2018, 2019 & 2020
Standard shipping in 3 working days

CTET অসমীয়া সমিধান ( ৫ম সংস্কৰণ) #Best selling book of 2018, 2019 & 2020

 
₹149
Product Description

"CTET অসমীয়া সমিধান- ২০২০ (৫ ম সংস্কৰণ; )" পুথিখন ১০০% ভাষা -১ আৰু ভাষা-২ ৰ অসমীয়া পাঠ্যসূৰ্চীৰে বিস্তৃত আৰু পুংখানুপুংখ ব্যাখ্যা কৰা হৈছে৷ কিতাপখন অসমীয়াত একমাত্ৰ উপলব্ধ পূৰ্ণ আলোচনাত্মক পুথি । নতুন সংস্কৰণৰ বৈশিষ্ট: • কিতাপখন একমাত্ৰ পূৰ্ণ আলোচনাত্মক পুথি । বজাৰত অন্য এখন এনে কিতাপ নাপাব। • ১০০% সহায়ক হোৱাকৈ CTET Syllabus অনুসৰি যুগুত কৰা হৈছে৷ • ভাষা শিক্ষণবিদ্যাৰ বিষয়সমূহৰ নতুন সংযোজন আৰু বিস্তৃত ও পুংখানুপুংখ ব্যাখ্যা ৷ • বিষয়সমূহ যিকোনো ভাষাৰ বাবে প্ৰযোজ্য ৷ • পূৰ্বৰ CTET ৰ প্ৰশ্ন আৰু উত্তৰ সমাধান ৷ • ২০১৮ আৰু ২০১৯ ৰ প্ৰশ্ন আৰু উত্তৰ নতুনকৈ সংযোজন।

নতুন পুথিখনৰ আলোচনাসূূূূৰ্চী :

• ভাষা ৷

• ভাষাৰ বৈশিষ্ট •ভাষা শিক্ষণ নীতি। • ভাষা শিক্ষণ মনোবিজ্ঞান

•শিক্ষণ আৰু আহৰণ- শিক্ষণ আৰু আহৰণ পদ্ধতি আৰু কৌশল।

•শ্ৰৱণ আৰু কথনৰ ভূমিকা ৷

•ভাষা দক্ষতাসমূহ- শ্ৰৱণ, কথন, পঠন, লিখনৰ দক্ষতা, সুক্ষ্ম - দক্ষতা আৰু অভীক্ষা ৷

•ব্যাকৰণৰ ভুমিকা৷ •শিশু বৈচিত্ৰতা থকা শ্ৰেণীকক্ষত হোৱা সমস্যা আৰু নিদান৷ • শিক্ষণ- শিকন সঁজুলি ৷ •ভাষাবোধ ( শ্ৰৱণ, কথন, পঠন, লিখন) ৰ মুল্যায়ন ও পৰীক্ষা৷ • ভাষা পৰীক্ষণ - বৈশিষ্ট্য, প্ৰকাৰ, ফলপ্ৰসূতা। •নিদানমূলক/ উপাচাৰমূলক শিক্ষণ৷ • উপচাৰমূলক শিক্ষণ প্ৰক্ৰিয়া। •ব্যাকৰণ শিক্ষণৰ প্ৰয়োজনীয়তা - পদ্ধতি আৰু কৌশল। • অসমীয়া ব্যাকৰণ। •সাহিত্য কৌশলসমূহ। •পৰিশিষ্ট - শিক্ষণ ব্যাধি, চিন্তণ প্ৰক্ৰিয়া, মাইণ্ড মেপিং আদি| •প্ৰশ্ন আৰু উত্তৰ- পূৰ্বৰ প্ৰশ্ন কাকত আৰু উত্তৰ। সমস্যা পোৱা সকলে তলৰ email ত ক্লীক কৰি যোগাযোগ কৰক : Pragya@post.com

ধন্যবাদ ৷

Share

Secure Payments

Shipping in India

Great Value & Quality
Create your own online store for free.
Sign Up Now