"CTET অসমীয়া সমিধান ( ৪ৰ্থ সংস্কৰণ; বিস্তৃত ব্যাখ্যা)" পুথিখন ১০০% ভাষা -১ আৰু ভাষা-২ ৰ অসমীয়া পাঠ্যসূৰ্চীৰে বিস্তৃত আৰু পুংখানুপুংখ ব্যাখ্যা কৰা হৈছে৷ কিতাপখন অসমীয়াত একমাত্ৰ উপলব্ধ পূৰ্ণ আলোচনাত্মক পুথি । নতুন সংস্কৰণৰ বৈশিষ্ট: • কিতাপখন একমাত্ৰ পূৰ্ণ আলোচনাত্মক পুথি । বজাৰত অন্য এখন এনে কিতাপ নাপাব। • ১০০% সহায়ক হোৱাকৈ CTET Syllabus অনুসৰি যুগুত কৰা হৈছে৷ • ভাষা শিক্ষণবিদ্যাৰ বিষয়সমূহৰ নতুন সংযোজন আৰু বিস্তৃত ও পুংখানুপুংখ ব্যাখ্যা ৷ • বিষয়সমূহ যিকোনো ভাষাৰ বাবে প্ৰযোজ্য ৷ • পূৰ্বৰ CTET ৰ প্ৰশ্ন আৰু উত্তৰ সমাধান ৷
পুথিখনৰ আলোচনাসূূূূৰ্চী :
•ভাষা ৷
•শিক্ষণ আৰু আহৰণ৷
•শ্ৰৱণ আৰু কথনৰ ভূমিকা ৷
•ভাষা দক্ষতাসমূহ৷
•ব্যাকৰণৰ ভুমিকা৷
•শিশু বৈচিত্ৰতা থকা শ্ৰেণীকক্ষত হোৱা সমস্যা আৰু নিদান৷
• শিক্ষণ- শিকন সঁজুলি ৷
•ভাষাবোধ ( শ্ৰৱণ, কথন, পঠন, লিখন) ৰ মুল্যায়ন ও পৰীক্ষা৷
•নিদানমূলক শিক্ষণ৷
• অসমীয়া ব্যাকৰণ
•সাহিত্য কৌশল
•পৰিশিষ্ট
• প্ৰশ্ন আৰু উত্তৰ।
সমস্যা পোৱা সকলে তলৰ লিংকত ক্লীক কৰি যোগাযোগ কৰক - https://bit.ly/CtetAss ৷
ধন্যবাদ ৷